প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নতুন যাত্ৰীবাহী ৰেলৰ বাবে গণ্ডিয়াবাসীলৈ শুভকামনা প্ৰধানমন্ত্ৰীৰ

Posted On: 20 APR 2023 10:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জব্বলপুৰ-গণ্ডিয়া-জব্বলপুৰৰ মাজত চলিবলগীয়া এখন নতুন যাত্ৰীবাহী ৰে'লৰ বাবে গণ্ডিয়াবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

সুনীল মেনধেৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"আপোনাসৱক শুভেচ্ছা! জব্বলপুৰ আৰু গণ্ডিয়াৰ মাজত এই নতুন ৰেলখন এক ডাঙৰ উপহাৰ। এই ৰেলখনে জনসাধাৰণৰ যাত্ৰা সুৰক্ষিত আৰু সুবিধাজনক কৰি তুলিব।"

*************************



(Release ID: 1918424) Visitor Counter : 60