প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাই দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে উল্লেখনীয় সঞ্চয় নিশ্চিত কৰিছেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
19 APR 2023 2:52PM by PIB Guwahati
জি-২০ প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা কেন্দ্ৰ ভ্ৰমণ কৰাক লৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সুখ প্ৰকাশ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডভিয়াৰ এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে,
"প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা হৈছে সুলভ মূল্যৰ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে ৰূপায়ন কৰা এক ঐতিহাসিক পদক্ষেপ। ই দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে যথেষ্ট সঞ্চয় নিশ্চিত কৰিছে। জি-২০ৰ সন্মানীয় প্ৰতিনিধিসকলে এই আঁচনিৰ দিশসমূহ চাবলৈ সুযোগ পোৱাটো দেখি আনন্দিত হৈছো।"
***
(रिलीज़ आईडी: 1918351)
आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam