প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বুদ্ধৰ ওপৰত পিআইবি পুস্তিকা শ্বেয়াৰ কৰে, যি কেইবাবছৰ ধৰি বুদ্ধৰ ওপৰত দিয়া তেওঁৰ ভাষণৰ সংকলন
प्रविष्टि तिथि:
19 APR 2023 8:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পুৱা ১০ বজাত দিল্লীত বিশ্বজনীন বৌদ্ধ শিখৰ সন্মিলন সম্বোধন কৰিব।
প্ৰধানমন্ত্ৰীয়ে সংবাদ সূচনা কাৰ্যালয় (পিআইবি)ৰ দ্বাৰা প্ৰস্তুত কৰা এখন পুস্তিকা শ্বেয়াৰ কৰে, যি প্ৰধানমন্ত্ৰীৰ ভাষণসমূহ আৰু ভগৱান বুদ্ধ তথা বৌদ্ধ বিচাৰ ধাৰাৰ ওপৰত তেওঁৰ প্ৰধান বক্তব্যৰ সংকলন।
সংবাদ সূচনা কাৰ্যালয়ৰ এটা টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"কাইলৈ, ২০ এপ্ৰিলত পুৱা ১০ বজাত দিল্লীত বিশ্বজনীন বৌদ্ধ শিখৰ সন্মিলন সম্বোধন কৰিম। এই শিখৰ সন্মিলনে বিভিন্ন ব্যক্তিক একত্ৰিত কৰে, যিসকলে ভগৱান বুদ্ধৰ আদৰ্শ অধিক জনপ্ৰিয় কৰিবলৈ কাম কৰিছে।"
ইয়াত সেই পত্ৰিকা চাব পাৰিব
ইংৰাজী পত্ৰিকা
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2023/apr/doc2023419182601.pdf
হিন্দী পত্ৰিকা
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2023/apr/doc2023419182701.pdf
**********
(रिलीज़ आईडी: 1918219)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam