প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অৰুণাচল প্ৰদেশৰ গাংখাৰত শাৰ নিমা তোশো চুম নাময়িগ লাখাং (গনপা)ৰ উদ্বোধনত প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
17 APR 2023 10:03AM by PIB Guwahati
অৰুণাচল প্ৰদেশৰ গাংখাৰত মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে শাৰ নিমা তোশো চুম নাময়িগ লাখাং (গনপা) উদ্বোধন কৰাক লৈ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"এই পৱিত্ৰ স্থানে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকক আকৰ্ষিত কৰক আৰু বৌদ্ধ ধৰ্মৰ সৈতে আমাৰ দেশৰ যি নিবিড় সম্পৰ্ক তাক আৰু গভীৰতা প্ৰদান কৰক।"
*************************
(ৰিলিজ আই ডি : 1917814)
অতিথি কক্ষ : 139
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada