প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘ভাৰতৰ সভাপতিত্ব’ৰ কালত ‘জি-২০’ৰ ১০০ সংখ্যক বৈঠকক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

Posted On: 17 APR 2023 6:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভাৰতৰ সভাপতিত্ব’ৰ কালত অনুষ্ঠিত ‘জি-২০’ৰ ১০০ সংখ্যক বৈঠকক প্ৰশংসা কৰে।

‘জি-২০ ইণ্ডিয়া’ৰ এলানি ‘টুইট’ৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত'ৰ মন্ত্ৰক সাৰোগত কৰি, আৰু আমাৰ 'বসুধৈৱ কুটুম্বকম'ৰ নীতিৰ সৈতে সংগতি ৰাখি, ‘জি-২০’য়ে ‘ভাৰতৰ সভাপতিত্ব’ত বিশ্ব কল্যাণ আৰু আমাৰ গ্ৰহটোক উন্নত ৰূপত গঢ়ি তোলাৰ বাবে কামত অগ্ৰসৰ হৈছে।"

***


(Release ID: 1917676) Visitor Counter : 170