প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰত ৬খন ৰোড অভাৰব্ৰীজৰ উদ্বোধনৰ প্ৰশংসা কৰে

प्रविष्टि तिथि: 16 APR 2023 9:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিদৰ্ভ ক্ষেত্ৰৰ বাবে কালি উদ্বোধন কৰা ৬খন ৰোড অভাৰব্ৰীজৰ (আৰঅ'বি)ৰ প্ৰশংসা কৰে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডণবীসৰ এটা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে নিজৰ টুইটত কয়:

"বিদৰ্ভ ক্ষেত্ৰত সম্পৰ্কৰ বাবে বৰ ভাল হৈছে।"

**********


(रिलीज़ आईडी: 1917535) आगंतुक पटल : 130
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam