প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ডাকঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ‘৩-ডি প্ৰযুক্তি’ ব্যৱহাৰ কৰা বাবে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

प्रविष्टि तिथि: 12 APR 2023 5:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংগালুৰুত ডাকঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ত্ৰিমাত্ৰিক মুদ্ৰণ প্ৰযুক্তি ব্যৱহাৰ কৰা কথাক প্ৰশংসা কৰিছে।

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এটা ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"এই উদ্দেশ্যৰ বাবে প্ৰযুক্তিয়ে আগবঢ়োৱা নতুন পন্থা ব্যৱহাৰ কৰা দেখি ভাল লাগিছে।"

*****


(रिलीज़ आईडी: 1916118) आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam