প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বাঘৰ লোকপিয়লৰ উৎসাহজনক সংখ্যাক লৈ আশা ব্যক্ত কৰে
Posted On:
09 APR 2023 10:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাঘৰ লোকপিয়লৰ উৎসাহজনক সংখ্যাক লৈ আশা প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়;
‘বাঘৰ লোকপিয়লৰ সংখ্যা অত্যন্ত উৎসাহজনক। সকলো অংশীদাৰ আৰু পৰিৱেশ প্ৰেমীলৈ অভিনন্দন। এই ধাৰাই বাঘৰ লগতে অন্যান্য জীৱ-জন্তুকো সুৰক্ষা দিয়াৰ বাবে আৰু অধিক কাম কৰাৰ অতিৰিক্ত দায়িত্বও ৰাখে। আমাৰ সংস্কৃতিয়ে আমাকো এইটোৱেই শিকায়।”
***
DS/TS/MS
(Release ID: 1915540)
Visitor Counter : 123
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam