প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বন্যপ্ৰাণী সন্দৰ্ভত নাগৰিকসকলে কৰা ‘টুইট’-ৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ সঁহাৰি
प्रविष्टि तिथि:
10 APR 2023 9:33AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বন্যপ্ৰাণী সন্দৰ্ভত নাগৰিকসকলে প্ৰকাশ কৰা উতসাহৰ প্ৰতি সঁহাৰি জনায়।
প্ৰধানমন্ত্ৰীয়ে কালি বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল ভ্ৰমণৰ সময়ত হাতীৰ আশীৰ্বাদ সন্দৰ্ভত পৰশুৰাম এমজি-য়ে কৰা মন্তব্যৰ প্ৰতি সঁহাৰি জনাই কৰা ‘টুইট’-ত প্ৰধানমন্ত্ৰীয়ে কয়:
"এৰা, এয়া দৰাচলতেই বিশেষ আছিল।"
প্ৰিয়ংকা গোৱেলৰ দিল্লীৰ ৰাষ্ট্ৰীয় জীৱবৈজ্ঞানিক উদ্যান ভ্ৰমণৰ শলাগ লোৱাৰ লগতে শ্ৰী মোদীয়ে ইয়াৰ প্ৰত্যুত্তৰত টুইট কৰে
"খুউব ভাল কথা। ভাৰতৰ ফুল আৰু জৈৱ বৈচিত্ৰ্যতা নিতান্তই অতুলনীয়, আৰু মানুহে ইয়াৰ অধিক আৱিষ্কাৰ কৰাৰ সুযোগ পোৱাটো মই নিশ্চয় আশা কৰিম।
খুউব ভাল কথা। ভাৰতৰ ফুল আৰু জৈৱ বৈচিত্ৰ্যতা নিতান্তই অতুলনীয়, আৰু মানুহে ইয়াৰ অধিক আৱিষ্কাৰ কৰাৰ সুযোগ পোৱাটো মই নিশ্চয় আশা কৰিম।"
প্ৰধানমন্ত্ৰী কালিৰ কেইখনমান ফটোও ‘শ্বেয়াৰ’ কৰে।
“এৰা, ইয়াত কালিৰ কেইখনমান ফটো আছে। এটা আশ্চৰ্যকৰ অভিজ্ঞতা আছিল।"
***
DS/KB
(रिलीज़ आईडी: 1915498)
आगंतुक पटल : 159
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam