প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে মহাবীৰ জয়ন্তী উপলক্ষে ভগৱান মহাবীৰৰ মহৎ শিক্ষাৰ কথা স্মৰণ কৰে

प्रविष्टि तिथि: 04 APR 2023 10:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবীৰ জয়ন্তীউপলক্ষে ভগৱান মহাবীৰক প্ৰণাম জনাই কয় যে ভগৱান মহাবীৰে এক শান্তিপূৰ্ণ, সুসংগত আৰু সমৃদ্ধসমাজ গঢ়ি তোলাৰ পথ দেখুৱাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"আজিৰ দিনটো এক বিশেষ দিন, যেতিয়া আমি ভগৱান মহাবীৰৰ মহৎ শিক্ষাৰ কথা মনত পেলাইছো। তেওঁ এখন শান্তিপূৰ্ণ, সৌহাৰ্দ্যপূৰ্ণ আৰু সমৃদ্ধসমাজ গঢ়ি তোলাৰ পথ দেখুৱাইছিল। তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি সদায়ে আনৰ সেৱা কৰিম আৰু দৰিদ্ৰ আৰু দলিত লোকসকলৰ জীৱনত এক ইতিবাচক পৰিৱৰ্তন আনিব পাৰোঁ।"

****

DS/ST/MS


(रिलीज़ आईडी: 1914968) आगंतुक पटल : 192
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam