প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিবিনগৰৰ এইমছত আন্তঃগাঁথনি বৃদ্ধিৰ ফলত তেলেংগানা লাভান্বিত হ’ব: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
06 APR 2023 4:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিবিনগৰৰ এইমছত আন্তঃগাঁথনি বৃদ্ধিয়ে তেলেংগানাক উপকৃত কৰিব আৰু এখন সুস্থ ভাৰত গঢ়ি তোলাৰ আমাৰ চলি থকা প্ৰচেষ্টাত গতি বৃদ্ধি কৰিব।
কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ড০ মনসুখ মাণ্ডবিয়াই এক টুইটযোগে জনাইছে যে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ২০২৩ চনৰ ৮ এপ্রিলত এইমছ বিবিনগৰত নতুন অত্যাধুনিক সা-সুবিধাৰ আধাৰশিলা স্থাপন কৰিব৷
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,
"বিবিনগৰৰ এইমছত আন্তঃগাঁথনি বৃদ্ধিয়ে তেলেংগানাক উপকৃত কৰিব আৰু এখন সুস্থ ভাৰত গঢ়ি তোলাৰ আমাৰ চলি থকা প্ৰচেষ্টাক ই গতি দিব।"
***
DS/ST/MS
(रिलीज़ आईडी: 1914477)
आगंतुक पटल : 108
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam