প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লাডাখৰ কাঠ খোদাই কলালৈ জিআই টেগ, প্ৰধানমন্ত্ৰীৰ উচ্চ প্ৰসংশা

পোষ্ট কৰা হৈছে: 05 APR 2023 10:57AM by PIB Guwahati

লাডাখৰ কাঠ খোদাই কৰা কলাই প্ৰথমটো জিআই টেগ লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে লাডাখৰ সাংসদ শ্ৰী জাময়াং চেৰিং নামগিয়ালৰ টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় – “এই সাফল্যই লাডাখৰ সাংস্কৃতিক পৰম্পৰাক অধিক জনপ্ৰিয় কৰি তুলিব আৰু শিল্পীসকলকো যথেষ্ট উপকৃত কৰিব।”

****

DS/ST


(ৰিলিজ আই ডি : 1914397) অতিথি কক্ষ : 192