প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গাঁৱৰ ৬০% ঘৰত টেপযোগে পানী সংযোগেৰে সামৰি লোৱাক লৈ আনন্দ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 04 APR 2023 7:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ গাঁওসমূহৰ ৬০% ঘৰত টেপযোগে পানী সংযোগেৰে সামৰি লোৱাক লৈ আনন্দ প্ৰকাশ কৰে কৰাৰ লগতে কয় যে এয়া এক অভূতপূৰ্ব সফলতা আৰু ইয়াৰ দ্বাৰা বহুতৰে জীৱন সবল হ’ব৷ শ্ৰী মোদীয়ে লগতে কয় যে আমি আনকি অনাগত দিনত অধিক ক্ষিপ্ৰ গতিৰে এই টেপসংযোগ প্ৰদানৰ পৰিমাণ বৃদ্ধিৰ হকে সম্ভাব্য সকলো কাম কৰি আছো৷

কে্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটত কয়,

“এয়া এক অভূতপূৰ্ব সফলতা আৰু ইয়াৰ দ্বাৰা বহুতৰে জীৱন সবল হ’ব৷ আমি আনকি অনাগত দিনত অধিক ক্ষিপ্ৰ গতিৰে এই টেপসংযোগ প্ৰদানৰ পৰিমাণ বৃদ্ধিৰ হকে সম্ভাব্য সকলো কাম কৰি আছো৷”

****

DS/ST/DB



(Release ID: 1914251) Visitor Counter : 94