প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰে’লৱেই এটা বিত্ত বৰ্ষত বৰ্তমানলৈকে সৰ্বাধিক মাল লোডিং নথিভুক্ত কৰে
প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া বাণিজ্য আৰু লজিষ্টিক্স ক্ষেত্ৰৰ বাবে ভাল খবৰ
পোষ্ট কৰা হৈছে:
04 APR 2023 10:15AM by PIB Guwahati
কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে তথ্য প্ৰদান কৰিছে যে ৰে'লৱেই বিত্ত বৰ্ষ ২০২২-২৩ৰ সময়ছোৱাত ১৫১২ মেট্ৰিক টন মাল লোডিঙেৰে যিকোনো বিত্তীয় বৰ্ষত বৰ্তমানলৈকে সৰ্বাধিক মাল লোডিং নথিভুক্ত কৰিছে।
কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীৰ টুইট থ্ৰেডৰ উত্তৰ দি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"এয়া বাণিজ্য আৰু লজিষ্টিক্স ক্ষেত্ৰৰ বাবে ভাল খবৰ।"
**********
DS/ST
(ৰিলিজ আই ডি : 1913581)
অতিথি কক্ষ : 221
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam