প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক কয়লা উৎপাদনৰ কথা স্বীকাৰ কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 03 APR 2023 9:52AM by PIB Guwahati

ভাৰতৰ ইতিহাসত সৰ্বাধিক কয়লা উৎপাদনত আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে কৰা এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"অৰ্থনৈতিক বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ই হৈছে অসাধাৰণ সফলতা।"

*************************

DS/ST/KG


(रिलीज़ आईडी: 1913466) आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam