প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰায় ২৫০০কোটি টকা ব্যয়সাপেক্ষ ১১খন আঁচনিৰ বাবে মিজোৰামক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
02 APR 2023 9:17AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ২৫০০কোটি টকা ব্যয়সাপেক্ষ ১১খন আঁচনিৰ বাবে মিজোৰামক অভিনন্দন জনাইছে, যিবোৰ কালি কেন্দ্ৰীয় মন্ত্ৰীয়ে উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিছিল৷
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,
“বিভিন্ন ক্ষেত্ৰক সামৰি লোৱা এই উন্নয়নমুলত কাম-কাজৰ জৰিয়তে ৰাজ্যৰ বিকাশৰ গতিত উদ্গনি যোগোৱা মিজোৰামৰ জনতাক অভিনন্দন জ্ঞাপন কৰিছো৷”
*****
DS/DB
(रिलीज़ आईडी: 1913075)
आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam