প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নেচনেল ইণ্টাৰ কলেজ ক্ৰছৱৰ্ড এক্সপেডিচন, ২০২৩(এনআইচিই)এ তৰুণ প্ৰজন্ম, বিশেষকৈ ক্ৰছৱৰ্ডৰ প্ৰতি আগ্ৰহীসকলৰ মাজত উৎসাহ বৃদ্ধি কৰিবঃ প্ৰধানমন্ত্ৰী

Posted On: 31 MAR 2023 9:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নেচনেল ইণ্টাৰ কলেজ ক্ৰছৱৰ্ড এক্সপেডিচন, ২০২৩(এনআইচিই)এ যুৱক-যুৱতী, বিশেষকৈ ক্ৰছৱৰ্ডৰ প্ৰতি আগ্ৰহীসকলৰ মাজত উৎসাহ বৃদ্ধি কৰিব৷

শিক্ষা মন্ত্ৰালয়ৰ এলানি টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

“এই প্ৰচেষ্টাই যুৱক-যুৱতী, বিশেষকৈ ক্ৰছৱৰ্ডৰ প্ৰতি আগ্ৰহীসকলৰ মাজত উৎসাহ বৃদ্ধি কৰিব৷”

****

DS/ST/DB



(Release ID: 1912981) Visitor Counter : 75