প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০২২-২৩ বিত্তীয় বৰ্ষৰ ভিতৰত চিজিটিএমএছইয়ে এক লাখ কোটিৰ নিশ্চয়তা স্পৰ্শ কৰাত সুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 30 MAR 2023 11:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২-২৩ বিত্তীয় বৰ্ষৰ ভিতৰত এক লাখ কোটিৰ নিশ্চয়তা স্পৰ্শ কৰি সুক্ষ্ম আৰু ক্ষুদ্ৰ উদ্যোগৰ ঋণ নিশ্চয়তা আঁচনি (CGTMSE)ক লৈ সুখ প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে আমি আমাৰ অৰ্থনীতি আৰু অধিক উচ্চতালৈ আগুৱাই নিয়াৰ বাবে আমাৰ যুৱক-যুৱতীসকলৰ উদ্যোগীকৰণ দক্ষতাৰ ওপৰত বাজি ধৰিছো।

এম এছ এম ই মন্ত্ৰালয়ৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

আমাৰ অৰ্থনীতি আৰু অধিক উচ্চতালৈ আগুৱাই নিবলৈ আমি আমাৰ যুৱক-যুৱতীসকলৰ উদ্যোগীকৰণৰ মানসিকতাক অনুপ্ৰাণিত কৰিব লাগিব।’

***

DS/SH/MS


(रिलीज़ आईडी: 1912237) आगंतुक पटल : 197
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Telugu , Tamil , Malayalam , Kannada , Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati