প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দেশৰ উন্নয়ন ৰাজ্যসমূহৰ উন্নয়নত নিহিত হৈ আছে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 25 MAR 2023 11:21AM by PIB Guwahati

এক টুইটযোগে সাংসদ শ্ৰী সঞ্জয় শেঠে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীক ঝাৰখণ্ডৰ ৰাঁচীত ৯৪০০ কোটি টকা ব্যয়ৰ ২১ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অনুমোদনৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

ওপৰোক্ত প্ৰকল্প সন্দৰ্ভত সাংসদ শ্ৰী সঞ্জয় শেঠৰ টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে কয়;

"দেশৰ উন্নয়ন ৰাজ্যসমূহৰ উন্নয়নত নিহিত আছে। এই ৰাষ্ট্ৰীয় প্ৰকল্পসমূহে ঝাৰখণ্ডকে ধৰি সমগ্ৰ দেশৰ প্ৰগতিক এক নতুন গতি প্ৰদান কৰিব।"

*****

DS/ST/MM


(रिलीज़ आईडी: 1911305) आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam