প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্ব বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰাত প্ৰধানমন্ত্ৰীয়ে নিখট জৰীণক অভিনন্দন জনায়
प्रविष्टि तिथि:
26 MAR 2023 9:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৫০ কেজি লাইট ফ্লাইৱেইট শাখাত দৰ্শনীয় বিজয় সাব্যস্ত কৰা আৰু এটা সোণৰ পদক জয় কৰাত নিখট জৰীণক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৫০ কেজি লাইট ফ্লাইৱেইট শাখাত দৰ্শনীয় বিজয় সাব্যস্ত কৰা আৰু এটা সোণৰ পদক জয় কৰাত নিখট জৰীণক অভিনন্দন। তেওঁ এগৰাকী উৎকৃষ্ট চেম্পিয়ন যাৰ সফলতাই বহু কাৰণত ভাৰতক গৌৰৱান্বিত কৰিলে।"
**********
DS/TS
(रिलीज़ आईडी: 1911102)
आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam