প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘এছ-টি সংগম’-য়ে গুজৰাট আৰু তামিলনাডুৰ মাজত শতিকা আগতে উদ্ভৱ হোৱা এক বন্ধন শক্তিশালী কৰি তুলিছে: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
26 MAR 2023 10:49AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘তামিলনাডু আৰু সৌৰাষ্ট্ৰ সংগম’ (এছ টি সঙ্গম)য়ে গুজৰাট আৰু তামিলনাডুৰ মাজত শতিকা পূৰ্বে উদ্ভৱ হোৱা এক বন্ধন শক্তিশালী কৰি তুলিছে।
এক ‘টুইট’যোগে কেন্দ্ৰীয় ৰে'ল আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী দৰ্শনা জাৰ্দোশে জানিবলৈ দিয়ে যে ‘সৌৰাষ্ট্ৰ আৰু তামিল সঙ্গম’ উপলক্ষে তামিলনাডুৰ চালেমত উলিওৱা ৰোড শ্ব'ত তেওঁ ৰাজ্যিক মন্ত্ৰী (গুজৰাট চৰকাৰ), শ্ৰী জগদীশ বিশ্বকৰ্মাৰ সৈতে দাণ্ডিয়াৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰিছে।
ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"#STSangamam য়ে গুজৰাট আৰু তামিলনাডুৰ মাজত শতিকা আগতে উদ্ভৱ হোৱা এক বন্ধন শক্তিশালী কৰি তুলিছে।"
******
DS/ST/KB
(ৰিলিজ আই ডি : 1911094)
অতিথি কক্ষ : 186
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Gujarati
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam