প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে সীমান্ত পথ সংস্থাৰ দ্বাৰা ২৭৮ কিলোমিটাৰ হাপোলী-সৰলী-হুৰী পথৰ ব্লেকটপিং কৰাৰ প্ৰশংসা কৰে

प्रविष्टि तिथि: 23 MAR 2023 9:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ পাছত প্ৰথমবাৰ সীমান্ত পথ সংস্থাৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাৰ সবাতোকৈ দূৰৱৰ্তী স্থানৰ অন্যতম হুৰীৰ ফালে যোৱা ২৭৮ কিলোমিটাৰ দীঘল হাপোলি-সৰলী-হুৰী পথৰ ব্লেকটপিং কৰা কামৰ প্ৰশংসা কৰিছে।

সীমান্ত পথ সংস্থাৰ টুইটৰ শৃংখলা শ্বেয়াৰ কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"প্ৰশংসনীয় প্ৰাপ্তি!"

**********

DS/TS


(रिलीज़ आईडी: 1910774) आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Kannada , Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Malayalam