প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিৰুধুনগৰত প্ৰধানমন্ত্ৰী মিত্ৰ মেগা টেক্সটাইল পাৰ্কৰ বাবে তামিলনাডুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
22 MAR 2023 5:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী মিত্ৰ মেগা টেক্সটাইল পাৰ্কখনে বিৰুধুনগৰৰ উচ্চাকাংক্ষী জিলাৰ স্থানীয় অৰ্থনীতিক শক্তিশালী কৰি তুলিব।
মেগা টেক্সটাইল পাৰ্ক মুকলি কৰাৰ কথা ঘোষণা কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে কৰা এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এই কথা সদৰী কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
"আজিৰ দিনটো তামিলনাডুৰ মোৰ ভাই-ভনীসকলৰ বাবে এক বিশেষ দিন! বিৰুধুনগৰৰ উচ্চাকাংক্ষী জিলাখনত থাকিব প্ৰধানমন্ত্ৰী মিত্ৰ মেগা টেক্সটাইল পাৰ্কখন। এই পাৰ্কখনে স্থানীয় অৰ্থনীতিক শক্তিশালী কৰি তুলিব আৰু ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ বাবে ই লাভজনক বুলি প্ৰমাণিত হ'ব।
#PragatiKaPMMitra"
*************************
DS/KG
(रिलीज़ आईडी: 1909812)
आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam