প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছটি সংগমমে গুজৰাট আৰু তামিলনাডুৰ মাজত এক প্ৰাচীন সম্পৰ্কক উদযাপন কৰেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
19 MAR 2023 8:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৌৰাষ্ট তামিল সংগমমৰ অধীনত গুজৰাট আৰু তামিলনাডুৰ মাজৰ সম্পৰ্কক উদযাপন কৰা হৈছে বুলি আলোকপাত কৰে৷ এছটি সংগমমৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ উদযাপন৷
কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মান্দভিয়াৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;
“#STSangamamএ গুজৰাট আৰু তামিলনাডুৰ মাজত এক প্ৰাচীন সম্পৰ্কক উদযাপন কৰে৷ শ শ বছৰৰ পূৰ্বে গুজৰাটৰ লোকসকলে তামিলনাডুক তেওঁলোকৰ ঘৰ বুলি ধৰিছিল আৰু স্থানীয় সংস্কৃতিক আকোঁৱালি লৈছিল৷ তামিল লোকসকলেও সেইবোৰক দুবাহু মেলি আদৰণি জনাইছিল৷ এই সংগমমে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ক উদযাপন কৰে৷”
***
DS/DB
(रिलीज़ आईडी: 1908817)
आगंतुक पटल : 156
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Gujarati
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam