পোষ্ট কৰা হৈছে:
17 MAR 2023 8:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা চান্দাউছি আৰু ছিকন্দৰাবাদৰ নিহতসকলৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰে;
"চান্দাউছি আৰু ছিকন্দৰাবাদত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাত মৃত্যু হোৱা প্ৰত্যেকজন লোকৰ নিকট আত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী @narendramodiয়ে। একেদৰে, আহতসকলক ৫০ হাজাৰ টকা দিয়া হ'ব।"
***
DS/SH/MS