প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰৰ নিবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
16 MAR 2023 1:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰে লিখা 'এক অনিশ্চিত বিশ্বলৈ আশাৰ ৰেঙণি কঢ়িয়াইছে ভাৰতৰ যুৱ প্ৰজন্মই' শীৰ্ষক এটা নিবন্ধ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছে;
'এক অনিশ্চিত বিশ্বলৈ আশাৰ ৰেঙণি কঢ়িয়াইছে ভাৰতৰ যুৱ প্ৰজন্মই, লিখিছে কেন্দ্ৰীয় মন্ত্ৰী @ianuragthakur...এ আপোনাসৱে পঢ়িব!
https://timesofindia.indiatimes.com/india/speaking-their-mind-green-clean-and-peaceful/articleshow/98670579.cms
নমো এপ্পৰ মাধ্যমেৰে'
*************************
DS/SH/KG
(ৰিলিজ আই ডি : 1907790)
অতিথি কক্ষ : 151
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam