প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে নানকশাহী সম্মত ৫৫৫ৰ আৰম্ভণিত শিখ সমুদায়ক অভিনন্দন জনায়

Posted On: 14 MAR 2023 8:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নানকশাহী সম্মত ৫৫৫ৰ আৰম্ভণি হোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তত থকা শিখ সমুদায়ক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"নানকশাহী সম্মত ৫৫৫ৰ আৰম্ভণি হোৱাত, বিশ্বৰ শিখ সমুদায়ক অভিনন্দন। অহা বছৰটো আনন্দ, সুস্বাস্থ্য আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হওক।"

**********

DS/ST



(Release ID: 1907083) Visitor Counter : 99