পোষ্ট কৰা হৈছে:
14 MAR 2023 8:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নানকশাহী সম্মত ৫৫৫ৰ আৰম্ভণি হোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তত থকা শিখ সমুদায়ক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"নানকশাহী সম্মত ৫৫৫ৰ আৰম্ভণি হোৱাত, বিশ্বৰ শিখ সমুদায়ক অভিনন্দন। অহা বছৰটো আনন্দ, সুস্বাস্থ্য আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হওক।"
**********
DS/ST