প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটক ভ্ৰমণৰ মুখ্যাংশ শ্বেয়াৰ কৰে
Posted On:
12 MAR 2023 9:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কৰ্ণাটক ভ্ৰমণ কৰে। তেওঁ এই সন্দৰ্ভত এটা ভিডিঅ'ত তাৰ মুখ্যাংশ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"কৰ্ণাটকৰ বিশেষ ভ্ৰমণৰ মুখ্যাংশ…মাণ্ড্যা আৰু ধাৰৱাড়ৰ জনসাধাৰণক তেওঁলোকৰ স্নেহ আৰু অনুৰাগৰ বাবে কৃতজ্ঞতা।"
**********
DS
(Release ID: 1906373)
Visitor Counter : 169
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam