প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমি আমাৰ কঠোৰ পৰিশ্ৰমী মাছমৰীয়াসকলক সহায় কৰি যামঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 10 MAR 2023 8:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাছমৰীয়া সমাজখনৰ প্ৰতি পুনৰবাৰ সমৰ্থন প্ৰকাশেৰে তেওঁলোকৰ বাবে উন্নত বজাৰ আৰু জীৱিকা সুনিশ্চিতকৰণৰ অৰ্থে প্ৰচেষ্টা অব্যাহত থাকিব বুলি কয়।

সাংসদ শ্ৰী অশোক নেটেৰ এটা টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

"আমি আমাৰ কঠোৰ পৰিশ্ৰমী মাছমৰীয়া সমাজখনক সমৰ্থন কৰি যাম আৰু তেওঁলোকৰ উন্নত বজাৰ আৰু জীৱিকাৰ সুবিধা লাভৰ প্ৰতি লক্ষ্য ৰাখিম।"

***

DS/SB


(रिलीज़ आईडी: 1906038) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam