প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৫ বছৰলৈকে শিশুৰ বাবে কক্লিয়াৰ ইমপ্লাণ্ট আঁচনিৰ প্ৰভাৱক প্ৰশংসা কৰে

আমি সদায় আমাৰ সন্তানৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে সমৰ্পিত: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 03 MAR 2023 6:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কক্লিয়াৰ ইমপ্লাণ্ট আঁচনিৰ প্ৰভাৱক প্ৰশংসা কৰে য'ত ৫ বছৰ বয়সলৈকে শিশুক বিনামূলীয়াকৈ এয়া অস্ত্ৰোপচাৰ কৰা হয়। অস্ত্ৰোপচাৰৰ ব্যয় হৈছে ৬ লাখ টকা।

কেন্দ্ৰীয় শক্তি আৰু গধুৰ উদ্যোগ ৰাজ্যিক মন্ত্ৰী শ্ৰী কৃষ্ণ পাল গুৰ্জাৰৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

‘‘খুব সুন্দৰ তথ্য ৷ শিশুৰ সুৰক্ষাৰ বাবে আমি সদায়েই সমৰ্পিত ৷’’

***

DS/TS/MM


(रिलीज़ आईडी: 1904769) आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Telugu , Kannada , Malayalam , Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati