প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘আৰআৰআৰ’ চলচ্চিত্ৰৰ পৰা সংগ্ৰহ কৰা ‘নাটু নাটু’ নৃত্যটি ‘শ্বেয়াৰ’ কৰিলে কোৰিয়াৰ ভাৰতস্থিত দূতাবাসে
প্ৰধানমন্ত্ৰীয়ে এয়া প্ৰাণৱন্ত আৰু আকৰ্ষণীয় দলীয়া প্ৰচেষ্টা বুলি অভিহিত কৰে
प्रविष्टि तिथि:
26 FEB 2023 11:09AM by PIB Guwahati
কোৰিয়াৰ ভাৰতস্থিত দূতাবাসে ‘আৰআৰআৰ’ চলচ্চিত্ৰৰ ‘নাটু নাটু’ নৃত্যটি ‘শ্বেয়াৰ’ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এয়া প্ৰাণৱন্ত আৰু আকৰ্ষণীয় দলীয় প্ৰচেষ্টা’ বুলি অভিহিত কৰে।
কোৰিয়াৰ ভাৰতস্থিত দূতাবাসৰ এটা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"প্ৰাণৱন্ত আৰু আকৰ্ষণীয় দলীয় প্ৰচেষ্টা।"
*****
DS/ST/KB
(रिलीज़ आईडी: 1902693)
आगंतुक पटल : 168
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam