প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে উত্তৰপ্ৰদেশত ব্ৰডগজ ৰে'ল নেটৱৰ্কৰ এশ শতাংশ বৈদ্যুতিকৰণত সন্তুষ্টি প্ৰকাশ কৰে
प्रविष्टि तिथि:
22 FEB 2023 10:12AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশত ব্ৰডগজ ৰে'ল নেটৱৰ্কৰ এশ শতাংশ বৈদ্যুতিকৰণত সন্তুষ্টি প্ৰকাশ কৰিছে।
উত্তৰপ্ৰদেশত ব্ৰডগজ ৰে'ল নেটৱৰ্কৰ এশ শতাংশ বৈদ্যুতিকৰণ সন্দৰ্ভত ৰে'ল মন্ত্ৰালয়ৰ এটা টুইটৰ উত্তৰত, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"বৰ ভাল হৈছে!"
***
DS/ST
(रिलीज़ आईडी: 1901454)
आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam