প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ বিজয়ীসকলক অভিনন্দন জনাইছে
प्रविष्टि तिथि:
17 FEB 2023 10:31AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰা প্ৰতিভাশালী যুৱক-যুৱতীসকলক অভিনন্দন জ্ঞাপন কৰিছে।
সংগীত নাটক একাডেমীৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰা প্ৰতিভাশালী যুৱক-যুৱতীসকলক অভিনন্দন জনাইছোঁ। ভৱিষ্যতে তেওঁলোক আৰু অধিক সফল হোৱাৰ কামনা কৰিছোঁ। অনাগত সময়ত তেওঁলোকে ভাৰতীয় সংস্কৃতি আৰু সংগীতক জনপ্ৰিয় কৰি তুলিব-তাৰেই কামনা কৰিছোঁ।"
***
DS/SH /KG
(रिलीज़ आईडी: 1900907)
आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam