প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কুনো ৰাষ্ট্ৰীয় উদ্যানত ১২টা চিতাৰ নতুন জাকক আদৰণি জনালে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
19 FEB 2023 9:21AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কুনো ৰাষ্ট্ৰীয় উদ্যানত ১২টা চিতাৰ নতুন জাকক আদৰণি জনায়৷
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়,
“এই উন্নয়নৰ লগে লগে ভাৰতৰ বন্যপ্ৰাণীৰ বৈচিত্ৰ্যই এক উত্থান লাভ কৰিলে৷”
***
DS/TS/DB
(रिलीज़ आईडी: 1900904)
आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam