প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
11 FEB 2023 10:12AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"মই পণ্ডিত দীনদয়াল উপাধ্যায়জীৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আমি ৰাষ্ট্ৰীয় প্ৰগতি আৰু দৰিদ্ৰলোকৰ সেৱাৰ দিশত তেওঁৰ প্ৰচেষ্টাকে কেতিয়াও পাহৰিব নোৱাৰিম। তেওঁৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত হৈ, আমি উন্নয়নৰ লাভালাভৰ দ্বাৰা দুখীয়া সমগ্ৰ ৰাইজ আৰু দলিতসকল উপকৃত হোৱাটো নিশ্চিত কৰিবলৈ ২৪ ঘণ্টা কাম কৰি আছো।
***
DS/ST
(ৰিলিজ আই ডি : 1900894)
অতিথি কক্ষ : 200
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam