প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতীয় ক্ৰিকেটাৰ চেতেশ্বৰ পূজাৰাই তেওঁৰ ১০০ সংখ্যক টেষ্ট মেচ খেলাৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে

পোষ্ট কৰা হৈছে: 14 FEB 2023 10:25PM by PIB Guwahati

ভাৰতীয় ক্ৰিকেটাৰ চেতেশ্বৰ পূজাৰাই তেওঁৰ ১০০ সংখ্যক টেষ্ট খেলৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰীৰ বাসগৃহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে চেতেশ্বৰ পূজাৰালৈ শুভেচ্ছা জ্ঞাপন কৰে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, “আজি আপোনাক আৰু পূজাক লগ পাই বৰ ভাল লাগিল। আপোনাৰ ১০০ সংখ্যক টেষ্ট মেচ আৰু আপোনাৰ কেৰিয়াৰৰ বাবে শুভকামনা।@cheteshwar1”

***

DS/ST


(ৰিলিজ আই ডি : 1900891) অতিথি কক্ষ : 166