প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে শক্তি খণ্ডত আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে

Posted On: 17 FEB 2023 10:28AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অইল ইণ্ডিয়া লিমিটেডে মুক্ত একৰ অনুজ্ঞা নীতি ব্যৱস্থাৰ অধীনত ওড়িশাৰ মহানদী উপকূলীয় অৱবাহিকাত প্ৰথমটো অন্বেষণমূলক কুঁৱা পুৰী-১ আৰম্ভ কৰি শক্তি খণ্ডত ভাৰতক আত্মনিৰ্ভৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ টুইটত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"এইটো লক্ষণীয় আৰু শক্তি খণ্ডত আত্মনিৰ্ভৰ হোৱাৰ দিশত আমাৰ প্ৰচেষ্টাক উৎসাহিত কৰিছে।"

***

DS/TS/MM



(Release ID: 1900872) Visitor Counter : 101