প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমাৰ জনসাধাৰণ সৰ্বোত্তম সম্ভাব্য আন্তঃগাঁথনিৰ যোগ্য: পিএম

प्रविष्टि तिथि: 11 FEB 2023 9:54AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰ জনসাধাৰণক সৰ্বোত্তম বুনিয়াদী আন্তঃগাঁথনি উপলব্ধ কৰাবলৈ সংকল্পবদ্ধ। প্ৰধানমন্ত্ৰীয়ে এইবুলিও কয় যে বুনিয়াদী আন্তঃগাঁথনিৰ নিৰ্মাণৰ দিশত গ্ৰহণ কৰা চৰকাৰৰ পদক্ষেপক ব্যাপক হাৰত প্ৰশংসা কৰা হৈছে।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ এটা টুইটৰ উত্তৰ দি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"আমাৰ জনসাধাৰণ সৰ্বোত্তম বুনিয়াদী আন্তঃগাঁথনিৰ হকদাৰ, যাক প্ৰদান কৰিবলৈ আমাৰ চৰকাৰে সদায়েই কঠোৰ পৰিশ্ৰম কৰিব। বুনিয়াদী আন্তঃগাঁথনি নিৰ্মাণৰ দিশত গ্ৰহণ কৰা আমাৰ পদক্ষেপৰ ব্যাপক হাৰত প্ৰশংসা কৰা হৈছে।"

 

***

DS/ST


(रिलीज़ आईडी: 1898761) आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam