প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
-৩০ডিগ্ৰী চেণ্টিগ্ৰেডটো টেপযোগে পানী লাভ কৰা ডুংগতি গাঁৱৰ জনতাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
11 FEB 2023 9:52AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুব লাডাখৰ ডেমজোকৰ সমীপৰ ডুংগতি গাঁৱৰ জনতাই -৩০ডিগ্ৰী চেণ্টিগ্ৰেডটো টেপযোগে পানী লাভ কৰাৰ বাবে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰে৷
সাংসদ জামীয়াং ছেৰিং নামগিয়ালৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে লিখে;
“ডুংগতিৰ জনতাক অভিনন্দন জনাইছো৷ আমি হৰ ঘৰ জলৰ সপোন পূৰণ কৰাৰ বাবে দৃঢ়তাৰে প্ৰতিশ্ৰুতিবদ্ধ৷”
***
DS/ST/DB
(रिलीज़ आईडी: 1898754)
आगंतुक पटल : 188
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Tamil
,
Malayalam
,
Bengali
,
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu