প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে
Posted On:
08 FEB 2023 10:00PM by PIB Guwahati
ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতান্যাহুৰ সৈতে বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"পিএম @netanyahuৰ সৈতে কথা পাতিলোঁ আৰু বহুমুখী ভাৰত-ইজৰাইল বন্ধুত্ব শক্তিশালী কৰাৰ উপায়, উদ্ভাৱন অংশীদাৰিত্বৰ ওপৰত আমাৰ মনোনিৱেশ গভীৰ কৰাক লৈ তথাপ্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ চলি থকা সহযোগিতাৰ বিষয়ে আলোচনা কৰিলোঁ।"
***
DS/SH/MS
(Release ID: 1898695)
Visitor Counter : 176
Read this release in:
Telugu
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam