প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে প্ৰবীণ গায়িকা বাণী জয়ৰামৰ মৃত্যুত শোক প্ৰকাশ কৰে

प्रविष्टि तिथि: 04 FEB 2023 8:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ গায়িকা বাণী জয়ৰামৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"প্ৰতিভাশালী বাণী জয়ৰাম জীক তেওঁৰ সুমধুৰ কণ্ঠস্বৰ আৰু সমৃদ্ধ কামৰ বাবে স্মৰণ কৰা হ'ব, যিয়ে বিভিন্ন ভাষা সামৰি লৈছিল আৰু বিভিন্ন আৱেগ প্ৰতিফলিত কৰিছিল। তেওঁৰ মৃত্যু সৃষ্টিশীল পৃথিৱীৰ বাবে এটা ডাঙৰ ক্ষতি। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। ঔম শান্তি।"

***

DS/ST/MM


(रिलीज़ आईडी: 1897667) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam