প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ষ্টীল অথৰিটী অব ইণ্ডিয়া’ক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
प्रविष्टि तिथि:
04 FEB 2023 10:57AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ জানুৱাৰীমাহত ‘হট মেটেল’, ‘ক্ৰুড ষ্টীল’ আৰু ‘চেলেবল ষ্টীল’ৰ এই পৰ্যন্ত সৰ্বাধিক মাহিলী উৎপাদন সম্ভৱ কৰাৰ বাবে ‘ষ্টীল অথৰিটী অব ইণ্ডিয়া লিমিটেড’ক প্ৰশংসা কৰে।
তীখা মন্ত্ৰালয়ৰ এটা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"আত্মনিৰ্ভৰ ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ খণ্ড এটাৰ পৰা এয়া হৈছে উৎসাহজনক বাতৰি।"
***
DS/ST/KB
(रिलीज़ आईडी: 1897256)
आगंतुक पटल : 184
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam