প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰতিষ্ঠা দিৱসত উপকূলৰক্ষী বাহিনীৰ জোৱানসকলক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Posted On: 01 FEB 2023 9:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে উপকূলৰক্ষী বাহিনীৰ জোৱানসকলক শুভেচ্ছা জনাইছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"প্ৰতিষ্ঠা দিৱসত উপকূলৰক্ষী বাহিনীৰ সকলো জোৱানকে শুভেচ্ছা জনালো। পেছাদাৰিত্ব আৰু আমাৰ উপকূলসমূহক সুৰক্ষিত ৰাখিবলৈ প্ৰচেষ্টাৰ বাবে ভাৰতীয় উপকূলৰক্ষী বাহিনী সৰ্বজনবিদিত। মই লগতে তেওঁলোকৰ ভৱিষ্যৎ প্ৰয়াসৰ বাবে শুভকামনা জনালো। @IndiaCoastGuard"

***

DS/ST/SB



(Release ID: 1895988) Visitor Counter : 100