প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বালাচাহেব ঠাকৰেৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ সোঁৱৰণ
प्रविष्टि तिथि:
23 JAN 2023 9:04AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বালাচাহেব ঠাকৰেৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"বালাচাহেব ঠাকৰেজীৰ জন্মজয়ন্তীত তেওঁক স্মৰণ কৰিছো। মই সদায় তেওঁৰ সৈতে মোৰ বিভিন্ন বাৰ্তালাপ কৰিছিলো। তেওঁ সমৃদ্ধ জ্ঞান আৰু বুদ্ধিৰে আশীৰ্বাদপ্ৰাপ্ত আছিল। তেওঁ নিজৰ জীৱন জনকল্যাণৰ বাবে উৎসৰ্গিত কৰিছিল।"
***
DS/SH/MM
(रिलीज़ आईडी: 1893873)
आगंतुक पटल : 135
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam