প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ডিজিটেল লেনদেনে বহুতৰ জীৱনলৈ সুবিধা আৰু স্বাচ্ছ্যন্দ কঢ়িয়াই আনিছে: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 21 JAN 2023 7:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীৰ জীৱনলৈ ডিজিটেল লেনদেনৰ দ্বাৰা হোৱা সুবিধা আৰু স্বাচ্ছ্যন্দৰ কথা উল্লেখ কৰে।

এজন নাগৰিকৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

"ডিজিটেল লেনদেনে বহুতৰ জীৱনলৈ সুবিধা আৰু স্বাচ্ছ্যন্দ কঢ়িয়াই আনিছে । এই বিষয়ত অনেক উদাহৰণ পাব।"

একেদৰে, ভাৰতত ডিজিটেল পৰিশোধ গ্ৰহণ সন্দৰ্ভত প্ৰবাসী ভাৰতীয়ৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

"এয়া সমগ্ৰ ভাৰততে এক সাধাৰণ দৃশ্য... আমাৰ জনসাধাৰণে প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৈতে খাপ খোৱাত উল্লেখনীয় নিপুণতা প্ৰদৰ্শন কৰিছে।"

***

DS/AK/MM


(रिलीज़ आईडी: 1892967) आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , Kannada , English , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam