প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰেষ্ঠ মূল গীত ‘নাটু নাটু’ ৰ বাবে গ’ল্ডেন গ্ল’ব বঁটা লাভ কৰা আৰআৰআৰ টীমক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
11 JAN 2023 12:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰেষ্ঠ মূল গীত ‘নাটু নাটু’ ৰ বাবে গ’ল্ডেন গ্ল’ব বঁটা লাভ কৰা আৰআৰআৰ ৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছে।
আৰআৰআৰ মভিৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“এক অতিশয় বিশেষ সাফল্য! এম এম কীৰাবাণী, প্ৰেম ৰক্ষিথ, কালা ভৈৰৱ, চন্দ্ৰবোস, ৰাহুল ছিপলিগঞ্জলৈ অভিনন্দন। লগতে এছ এছ ৰাজামৌলী, জুনিয়ৰ এনটিআৰ, ৰাম চৰণ আৰু আৰআৰআৰ মভিৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছো। এই বিশেষ সন্মানে প্ৰতিজন ভাৰতীয়কে অতিশয় গৌৰৱান্বিত কৰিছে।“
***
DS/TS/SB
(रिलीज़ आईडी: 1890555)
आगंतुक पटल : 150
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
Marathi
,
Manipuri
,
Tamil
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Bengali
,
Punjabi
,
Odia
,
Telugu
,
Malayalam