প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পৰীক্ষা পে চৰ্চাক লৈ নৱম শ্ৰেণীৰ ছাত্ৰী ঈশিতাই অংকন কৰা পেইন্টিঙক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
08 JAN 2023 5:38PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ পৰীক্ষা পে চৰ্চাক লৈ আম্বালা কেণ্টৰ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী শ্ৰী ঈশিতাই অংকন কৰাপেইণ্টিঙক ভূয়সীপ্ৰশংসা কৰে।
কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়,"খুব সুন্দৰ! ছবিৰ জৰিয়তে তুমি পৰীক্ষাৰ সময়ত শিক্ষাৰ্থীসকলৰ দৈনন্দিন ৰুটিনৰ উৎকৃষ্ট উপস্থাপন দাঙি ধৰিছা।"
***
DS/TS/MS
(रिलीज़ आईडी: 1890205)
आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Telugu
,
Gujarati
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Kannada