প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী পি ভি চলপতি ৰাওৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 JAN 2023 8:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ বিজেপি নেতা শ্ৰী পি ভি চলপতি ৰাওৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে শ্ৰী মোদীয়ে কয়,
"উৎকৃষ্ট সেৱা আৰু একনিষ্ঠ দেশপ্ৰেমৰ বাবে শ্ৰী পি ভি চলপতি ৰাও গাৰু স্মৰণীয় হৈ ৰ'ব। তেওঁ অগণন বিজেপি কৰ্মকৰ্তাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব। তেওঁৰ মৃত্যুত দুখিত। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনাইছোঁ। ওম শান্তি।"
***
DS/AK/KG
(रिलीज़ आईडी: 1888925)
आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam