প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম বাৰ্ষিকীত ৰাণী ৱেলু নচিয়াৰলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য
प्रविष्टि तिथि:
03 JAN 2023 11:52AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকীত ৰাণী ৱেলু নচিয়াৰলৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰিছে।
এক ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়;
“সাহসী ৰাণী ৱেলু নচিয়াৰলৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰিছোঁ। জনসাধাৰণলৈ ন্যায় প্ৰদানৰ ক্ষেত্ৰত তেওঁ সদায়ে আগত আছিল। তেওঁ ঔপনিৱেশিকতাবাদক তীব্ৰভাবে প্ৰতিৰোধ কৰিছিল আৰু সমাজৰ কল্যাণৰ বাবে কাম কৰিছিল। তেওঁৰ বীৰত্বই আগন্তুক প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি ৰাখিব”।
— Narendra Modi (@narendramodi) January 3, 2023
வீர மங்கை ராணி வேலு நாச்சியாரின் பிறந்த நாளில் அவருக்கு அஞ்சலி. தம் மக்களுக்கு நீதி கிடைக்க அவர் முன் நின்று போராடினார். காலனியாதிக்கத்தை தீவிரமாக எதிர்த்ததுடன், சமூக நன்மைக்காகவும் பணியாற்றினார். அவரது தீரம் தலைமுறை தாண்டியும் உத்வேகம் அளிக்கும்.
— Narendra Modi (@narendramodi) January 3, 2023
***
DS/SH/KB
(रिलीज़ आईडी: 1888504)
आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam