প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সাবিত্ৰীবাই ফুলেৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
03 JAN 2023 11:54AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাবিত্ৰীবাই ফুলেৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
আজি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"প্ৰেৰণাদায়ী সাবিত্ৰীবাই ফুলেজীৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেখেত আমাৰ নাৰী শক্তিৰ অদম্য আত্মাৰ প্ৰতীক। তেখেতৰ জীৱন মহিলাসকলক শিক্ষিত কৰা আৰু সৱলীকৰণৰ বাবে সমৰ্পিত আছিল। তেওঁ সামাজিক সংস্কাৰ আৰু সমাজসেৱাৰ ওপৰত দিয়া গুৰুত্বও সমানে অনুপ্ৰেৰণাদায়ক।"
***
DS/SH
(रिलीज़ आईडी: 1888487)
आगंतुक पटल : 131
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam